Wednesday, April 21, 2021

SCERT, ASSAM has released Academic Calendar of 2021-22 (২০২১-২২ বৰ্ষৰ শৈক্ষিক দিনপঞ্জী)



অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ইতিমধ্যে প্ৰকাশ কৰিছে ২০২১-২২ বৰ্ষৰ শৈক্ষিক দিনপঞ্জী। উল্লেখনীয়া যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ দিনপঞ্জীত শিক্ষাবৰ্ষ  এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে আৰু ২০২২ বৰ্ষৰ মাৰ্চ মাহত ইয়াৰ সমাপ্তি ঘটিব। 

অইন বেলিৰ দৰেই এইবাৰৰ শিক্ষাবৰ্ষতো গ্ৰীষ্মবন্ধ দিয়া হব জুলাই মাহত। দীনপঞ্জীখনত বছৰটোত হবলগীয়া সকলো পাঠদানৰ বাবে উল্লেখ থকা সময়ৰ লগতে সকলো বন্ধৰ দিন আৰু উৎসৱ, দিৱস আদিৰো কথা উলল্লেখ কৰা হৈছে।

২০২১-২২ বৰ্ষৰ শৈক্ষিক দিনপঞ্জী download কৰিবলৈ click কৰক

No comments:

Post a Comment