Wednesday, November 10, 2021

পদ্ম বঁটাৰে সন্মানিত ২০২১ বৰ্ষৰ অসম গৌৰৱসকল/ Padma Awardee from Assam 2021

পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটাৰে সন্মানিত ২০২১ বৰ্ষৰ অসম গৌৰৱসকল


১. তৰুণ গগৈ (পদ্মভূষণ), মৰণোত্তৰভাৱে

     জন সেৱা


২. ইমৰান শ্বাহ (পদ্মশ্ৰী)

     সাহিত্য আৰু শিক্ষা


৩. গোপীৰাম বৰগায়ন বুঢ়াভকত (পদ্মশ্ৰী)

     কলা-সংস্কৃতি


৪. বীৰুবালা ৰাভা (পদ্মশ্ৰী)

     সমাজ সেৱা


৫. দুলাল মানকি (পদ্মশ্ৰী)

     কলা-সংস্কৃতি


৬. মংগলছিং হাজোৱাৰী (পদ্মশ্ৰী)

     সাহিত্য আৰু শিক্ষা


৭. লখিমী বৰুৱা (পদ্মশ্ৰী)

     সমাজ সেৱা


৮. বিজয়া চক্ৰৱৰ্তী (পদ্মশ্ৰী)

     জন সেৱা


৯. ৰোমান শৰ্মা (পদ্মশ্ৰী)

     সাহিত্য, শিক্ষা আৰু সাংবাদিকতা


No comments:

Post a Comment