Wednesday, November 10, 2021

মাহ অনুযায়ী পৰিৱেশ অধ্যয়নৰ কিছুমান প্ৰয়োজনীয় দিৱস/Some important days related with environment


জানুৱাৰী (January)

12 জানুৱাৰী- ৰাষ্ট্ৰীয় যুৱ দিৱস/National youth day

25 জানুৱাৰী- ৰাষ্ট্ৰীয় পৰ্যটন দিৱস/National tourism day

30 জানুৱাৰী- শ্বহীদ দিৱস/Martyrs day


ফেব্ৰুৱাৰী (February)

28 ফেব্ৰুৱাৰী- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস/ National Science day


মাৰ্চ (March)

8 মাৰ্চ- আন্তৰ্জাতিক নাৰী দিৱস/International women day

21মাৰ্চ- বিশ্ব অৰণ্য দিৱস/ World Forest day

22 মাৰ্চ- বিশ্ব জল দিৱস /World water day

24 মাৰ্চ- বিশ্ব যক্ষ্মা দিবস /World TB day


এপ্ৰিল (April)

7 এপ্ৰিল- বিশ্ব স্বাস্থ্য দিৱস/World Health Day

18 এপ্ৰিল- বিশ্ব ঐতিহ্য দিৱস /World Heritage day

22 এপ্ৰিল- পৃথিৱী দিৱস /Earth day


মে' (May)

1 মে- আন্তৰ্জাতিক শ্ৰমিক দিৱস/International workers day

31 মে- ধপাত নিষিদ্ধ দিৱস/ Anti tobacco day


জুন (June)

5 জুন- বিশ্ব পৰিৱেশ দিৱস/World Environment day


জুলাই (July)

1 জুলাই- চিকিৎসক দিৱস/ Doctors day,

11 জুলাই- বিশ্ব জনসংখ্যা দিৱস /World population day


আগষ্ট (August)

29 আগষ্ট- ৰাষ্ট্ৰীয় ক্ৰিড়া দিৱস/ National sport Day


চেপ্তেম্বৰ (September)

16 চেপ্তেম্বৰ- বিশ্ব অজন দিৱস/ World ozone day

27 চেপ্তেম্বৰ-  বিশ্ব পৰ্যটন দিৱস/ World tourism day


অক্টোবৰ(October)

16 অক্টোবৰ-  বিশ্ব খাদ্য দিৱস/ World food day


ডিচেম্বৰ (December)

1 ডিচেম্বৰ- বিশ্ব এইডচ দিৱস/World AIDS day

10 ডিচেম্বৰ- মানৱ অধিকাৰ দিবস/Human right day

23 ডিচেম্বৰ- কৃষক দিৱস/ Farmers day



বন্যপ্ৰাণী সপ্তাহ - 1 পৰা 7অক্টোবৰ

অ'জ'ন সপ্তাহ- 16ৰ পৰা 23চেপ্টেম্বৰ.

বিশ্ব কিডনী দিৱস - মাৰ্চৰ 2য় বৃহস্পতি বাৰ।


No comments:

Post a Comment