Tuesday, March 22, 2022

শৈক্ষিক দিনপঞ্জী (Academic calander 2022-23) 'ক' শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ


প্ৰাথমিক শিক্ষা বিভাগ (DEE) আৰু SCERT অসমৰ ৰফালৰ পৰা ইতিমধ্যে প্ৰকাশ কৰা হৈছে যে ২০২২-২০২৩ শৈক্ষিক বৰ্ষৰ বাবে 'ক' শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠ্যক্ৰম (curriculum) সলনি হোৱাৰ পৰিৱৰ্তে আগৰ (২০১৯ চনৰ) পৰা চলি অহা পাঠ্যক্ৰমখনেই এইবাৰো বাহাল ৰাখিব। নতুন শিক্ষা নীতি ২০২০ অসমত প্ৰৱৰ্তন হোৱাৰ লগে লগেই আশা কৰা হৈছিল যে এইবাৰ অন্তত নিম্ন বিভাগত কিছু পৰিবৰ্তন দেখা পোৱা যাব। কিন্তু কোনো ধৰণৰ সলনি নোহোৱাৰ বাবে এইটো আশা কৰিব পাৰি যে আহবাৰলৈ শিক্ষা খণ্ডত পাঠ্যক্ৰমৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন দেখা পোৱা যাব। 

শৈক্ষিক দিনপঞ্জী ২০২২-২৩


No comments:

Post a Comment