Wednesday, May 19, 2021

Objectives of Language learning (ভাষা শিকনৰ উদ্দেশসমূহ)

 

Objectives of Language learning

ভাষা শিকনৰ উদ্দেশসমূহ

 




Ø To achieve the functional proficiency in four language skills (listening, speaking, reading, and writing.)

(ভাষাৰ চাৰিওটা কৌশলৰ (শ্ৰৱণ, কঠন, পঠন, লিখন) কাৰ্যক্ষম বিকাশ সাধন কৰা।)

Ø To decode, analyze, and interpret different types of language uses.

(ভাষাৰ বিভিন্ন ব্যৱহাৰৰ ডিকোড, বিশ্লেষণ আৰু বাখ্যা কৰা।)


Click here to join with us on Facebook


Ø To know about our culture, history and religions.

(আমাৰ বিভিন্ন সংস্কৃতি, ইতিহাস আৰু ধৰ্মসমূহৰ বিষয়ে জনা।)

Ø To know about our literature and to develop it.

(আমাৰ সাহিত্যৰ বিষয়ে জনা আৰু ইয়াৰ উন্নতিৰ হকে কাম কৰা।)

Ø To accrue knowledge and live a better lifestyle.

(জ্ঞানৰ অৰ্জন আৰু এক ভাল জীৱন-যাপন অতিবাহিত কৰিবলৈ।)

No comments:

Post a Comment