Wednesday, June 22, 2022

বানপানীৰ বিষয়ে কেইটামান সাধাৰণ জ্ঞানৰ (G.K) বহুবিকল্পী প্ৰশ্ন (MCQ)

 1. অসমত বানপানীৰ মুখ্য কাৰণ কি?

     
     
     
     


2. বানপানীৰ সময়ত নিজৰ বাবে মজুত কৰি ৰাখিব পৰা উপযুক্ত খাদ্যবস্তু হ'ল-




   

3. বানপানীৰ পিছত হোৱা এবিধ ৰোগ

     
     
     
     


4. বানপানী ৰোধ কৰা এটা উপায়

     
     
     
     


5. কৃত্ৰিম বানপানীৰ মুখ্য কাৰণ কি?




  
 

Answers:

1.(A) প্ৰাকৃতিক ভূ-প্ৰকৃতি আৰু বাৰ্ষিক অত্যধিক বৰষুণ।

(Explain: অসমৰ ভূ-প্ৰকৃতিৰ গঠনৰ বাবে প্ৰতি বছৰে মৌছুমী বতাহে  যঠেষ্ট বৰষুণৰ সৃষ্টী কৰে যিয়ে ইয়াৰ নদী উপনদীসমূহ পনীৰে উপচায় পেলায়।)

2.(C) শুকান খাদ্য (বিস্কুট, সান্দহ গুৰি আদি)/পানী বটল।

(Example: শুকান খাদ্য (বিস্কুট, সান্দহ গুৰি আদি)/পানী বটল আদি বহু দিনলৈ ভালে থাকে।)

3.(C) কলেৰা।

(Explain: কলেৰা এবিধ সংক্ৰামক ৰোগ যি অশুদ্ধ পানীৰ পৰা বিয়পিব পাৰে।)

4.(D) বননীকৰণ/বৃক্ষৰোপণ।

(Explain: বননীকৰণ/বৃক্ষৰোপণে মাটি ধৰি ৰখাত সহায় কৰে যাৰ ফলত গৰাখহনীয়া কমকৈ হয় আৰু মথাউৰিত পানীয়ে সহজে খুন্দাব নোৱাৰে।)

5.(B) অপৰিকল্পিত নিৰ্মাণ কাৰ্য্য।

(Explain: অপৰিকল্পিত নিৰ্মাণ কাৰ্য্যই পানী বৈ গৈ নদ-নদী অথবা নলাত পৰাত বাধা প্ৰদান কৰে।)


No comments:

Post a Comment